XIKHYA DIKHYA
@xikhyadikhya3948
শিক্ষা অবিহনে এখন সভ্য সমাজৰ কথা কল্পনা কৰিব নোৱাৰি। শিক্ষাই হৈছে একমাত্ৰ মাধ্যম যাৰ দ্বাৰা এজন ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰিব পাৰে । কিন্তু বিগত বছৰৰ পৰা বৰ্তমানলৈকে ক'ৰ'ণা মহামাৰীৰ বাবে ছাত্ৰ -ছাত্ৰী সকলে শ্ৰেণীকোঠাৰ শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছে । এই ক্ষেত্ৰত " ই- পাঠ্যক্ৰমে " (E-learning) গুৰুত্ব লাভ কৰিছে । বৰ্তমান ছাত্ৰ- ছাত্ৰী সকলে ঘৰত থাকিয়ে ই - পাঠ্যক্ৰমৰ সুবিধা লাভ কৰিব পাৰে। এইক্ষেত্ৰত আমি এই You Tube channel ৰ দ্বাৰা ছাত্ৰ- ছাত্ৰীসকলক এক ক্ষুদ্ৰ সহায় কৰিবলৈ আগবাঢ়িছো । সকলো ছাত্ৰ - ছাত্ৰীকে ইয়াৰ দ্বাৰা অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যত্ন কৰিছো ।
Format
Type
/api/banner/UCgsSEJ21_0ak8rCPOrSVe0g?format=webpChannel Info
- Joined
- Oct 26, 2018
Download XIKHYA DIKHYA's YouTube Banner
Use banner.yt to download XIKHYA DIKHYA's YouTube banner, channel art, and profile picture in any format. Our API supports WebP (recommended for best compression), AVIF, JPEG, and PNG formats. Choose from preset sizes optimized for desktop, TV, tablet, and mobile, or specify custom dimensions.
Simply use the URL /api/banner/UCgsSEJ21_0ak8rCPOrSVe0g to embed this banner anywhere — in websites, apps, Discord bots, or OBS overlays. No API key required.